WIP · World in Pocket

Fakuwa Doul

Sivasagar district, IN

Fakuwa Doul

ফাকুৱা দৌল হৈছে আহোম বংশ ইটাৰে নিৰ্মিত এটা দৌল। এই দৌলটো অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ জয়সাগৰ পুখুৰীৰ ওচৰত অৱস্থিত। ১৭০৩–১৭০৪ চনৰ আশে-পাশে স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰাইছিল। এই দৌলটোক জয়মতীৰ বলিদানৰ স্মৃতিত নিৰ্মিত আৰু অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ অ

ংশ হিচাপে থিয় দিয়া অন্যতম স্মৃতিসৌধ হিচাপে গণ্য কৰা হয়। অৱশ্যে ইতিহাসবিদসকলৰ মাজত এই দৌলটোৰ নামক লৈ দ্বিমত থকা দেখা যায়। ফাকুৱা শব্দটোক পাকুৱা শব্দৰ অপভ্ৰংশ বুলিও কোনোকোনোৱে ক'ব খোজে।

Listen to the audio guide for Fakuwa Doul Free on WIP — starts by itself when you arrive, even with the screen off

Nearby